Posts

Soft skill

Q(1) What is a soft skill   Answer :- A soft skill is a personal attribute that enables someone to interact effectively and harmoniously with others. These skills are more about how you work and relate to others, rather than the technical knowledge you possess. Examples include communication, teamwork, problem-solving, adaptability, emotional intelligence, and leadership. Soft skills are important in the workplace as they influence how well you work with colleagues, manage tasks, and handle challenges. Q(2) Soft skill types   Answer :- Here are some common types of soft skills:-  (1) Communication  (2) Problem solved  (3) Teamwork  (4) Adaptability  (5) Leadership  (6) Time management  (7 Emotional Intelligence  (8) Conflict Resolution (9) Critical Thinking  (10) Creativity 1. Communication – Effective verbal and written communication, active listening, and clarity in conveying ideas. 2. Problem-solving – Capacity to ident...

Understanding India (VAC1)(commerce, art's science students)

               সূচীপত্র বিষয় প্রথম অধ্যায় :- ভাৰতবৰ্ষৰ সম্পৰ্কে ধাৰণা; প্রাচীন ভাৰতৰ সাহিত্য, বিজ্ঞান, ধর্ম আৰু দৰ্শন, শিক্ষা The idea of Bharatvarsha; Ancient Indian Literature, Science, Religion and Philosophies, Education                    ১.১. . ভাৰতবৰ্ষ সম্পর্কে ধাৰণা (The Idea of Bharatvarsha): ইতিহাসৰ ঊষাকালৰ পৰাই ভাৰত উপমহাদেশ এক পৃথক ভৌগোলিক সত্তাৰূপে বিৰাজমান;ইয়াত অৱস্থিত ভাৰতবৰ্ষ, পাকিস্তান, নেপাল, ভুটান, বাংলাদেশ আৰু শ্রীলংকা- এই ৰাষ্ট্ৰসমূহৰ উদয় হৈছে সাম্প্রতিক কালত। সেয়েহে প্রাচীন ভাৰতৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত আধুনিক ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক সীমাৰেখাক উপেক্ষা কৰি সমগ্র উপমহাদেশখনক এক অভিন্ন সত্তা ৰূপে পর্যালোচনা কৰাটো সমীচীন হ'ব। উত্তৰ, উত্তৰ-পশ্চিম আৰু উত্তৰ-পূবে যথাক্রমে ভাৰত মহাসাগৰ, আৰৱসাগৰ আৰু বঙ্গোপসাগৰৰ দ্বাৰা পৰিৱেষ্টিত ভাৰত উপমহাদেশ। পৰ্বত-পাহাৰ, নদ-নদী ইত্যাদি প্রাকৃতিক বাধা-নিষেধ আৰু যোগাযোগ ব্যৱস্থাৰ অসুচলতা সত্ত্বেও এই বিশাল ভূখণ্ডৰ ভৌগোলিক সত্তা অবিভাজ্য।     ...